অপৰাধঅসম

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি অসমৰ যুৱক

ৰাইগঞ্জত উদ্ধাৰ CRPF জোৱানজনৰ মৃতদেহ

◾ পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি অসমৰ যুৱক

◾ চলন্ত ৰে’লত হত্যা অসমৰ যুৱকক

◾ হত্যাৰ বলি হোৱা যুৱকজন কামৰূপৰ কুলহাটীৰ ভাস্কৰজ্যোতি দাস

◾ ছত্তিশগড়ত CRPFৰ জোৱান হিচাপে কৰ্মৰত আছিল ভাস্কৰজ্যোতি

◾ চলন্ত ৰে’লতে দুৰ্বৃত্তই CRPF জোৱানজনক হত্যাৰ সন্দেহ

◾ বিহুৰ বাবে ছুটিলৈ ঘৰলৈ আহি আছিল ভাস্কৰজ্যোতি দাস

◾ নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছত সংঘটিত এই ভয়ংকৰ ঘটনা

◾ ৰাইগঞ্জত উদ্ধাৰ CRPF জোৱানজনৰ মৃতদেহ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + two =

Check Also
Close
Back to top button