ৰাজ্যৰ ৰাজনীতিত ধুমুহা। কংগ্রেছ দল ত্যাগ কৰিলে ৰিপুন বৰাই।
ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে দল ত্যাগৰ সিদ্ধান্ত লয় ৰিপুন বৰাই। কংগ্রেছ হাই কমাণ্ডলৈ পদত্যাগ পত্র প্রেৰণ কৰি পদত্যাগৰ কথা জনায় কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।
দেওবাৰে কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৰিপুন বৰাই। টুইটযোগে এই কথা ঘোষণা কৰে তৃণমূল কংগ্ৰেছে।
Delighted to welcome Shri @ripunbora, Former Minister of Panchayat & Rural Development, Minister of Education in Assam, former
Rajya Sabha MP & former President of Assam Pradesh Congress committee!He joined us today in the presence of Shri @abhishekaitc. pic.twitter.com/ewhzXmafzH
— All India Trinamool Congress (@AITCofficial) April 17, 2022