AssamInternationalleatest updatenatural disaster

মৰক্কোৰ বৰভূঁইকঁপে জোকাৰিছে বিশ্ব; আহত ৩ হাজাৰৰো অধিক লোক

ধূলিসাৎ হ’ল পৰ্যটনৰ হটস্পট হিচাপে চিহ্নিত মাৰকেছ চহৰ

মৰক্কোৰ বৰভূঁইকঁপে জোকাৰিছে বিশ্ব

ধ্বংসস্তূপত উদ্ধাৰ ২ সহস্ৰাধিকৰ মৃতদেহ

বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান

আহত ৩ হাজাৰৰো অধিক লোক

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮

মৰক্কোৰ বৰভূঁইকঁপে জোকাৰিছে বিশ্ব; আহত ৩ হাজাৰৰো অধিক লোক

ধ্বসংস্তূপত পৰিণত মৰক্কোৰ কেইবাখনো চহৰ

ধূলিসাৎ হ’ল পৰ্যটনৰ হটস্পট হিচাপে চিহ্নিত মাৰকেছ চহৰ

মৃতকৰ সদগতি কামনাৰে ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + twelve =

Back to top button