AssamEntertainmentFestivalleatest updatenorth east

১ মার্চত অনুষ্ঠিত হ’ব SETWET মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্রেণ্ড ফিনালে।

প্রতিযোগিতাত তিনিগৰাকী বিজয়ীয়ে ৫০,০০০ হাজাৰ টকাৰ নগদ পুৰস্কাৰ লাভ

১ মার্চত অনুষ্ঠিত হ’ব SETWET মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্রেণ্ড ফিনালে। অহা ১ মার্চ, ২০২৪ ত গুৱাহাটীৰ আই টি এ সাংস্কৃতিক প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ তয়োদশ সংস্কৰণৰ গ্রেণ্ড ফিনালে।

মেগা এন্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিংহাই উত্তৰ-পূৰ্বাঞ্চলৰ বহু প্রত্যাশিত অনুষ্ঠানটো পুনৰ অনুস্থিত কৰাক লৈ সংবাদ মেল সম্বোধন কৰে।

এই প্রতিযোগিতাখনৰ তিনিগৰাকী বিজয়ীয়ে ৫০,০০০ হাজাৰ টকাৰ নগদ পুৰস্কাৰ লাভ কৰাৰ সমান্তৰালভাৱে ছেট ৱেটৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ সুযোগ লাভ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.