AssamCMO AssamHimanta Biswa Sarmaleatest updatepoliticalRegional

সৰুপথাৰত ৭০০ৰো অধিক লোকৰ বিজেপিত যোগদান।

যোগদান কাৰ্যসূচীত উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন

সৰুপথাৰত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী

৭০০ৰো অধিক লোকৰ বিজেপিত যোগদান

বিজেপিলৈ কংগ্ৰেছ, KMSS, AJPৰ বহু নেতা-কৰ্মী

বৰপথাৰ মণ্ডল কাৰ্যালয়ত যোগদান কাৰ্যসূচী

যোগদান কাৰ্যসূচীত উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন

যোগদান কায্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কায্যনিৰ্বাহক সদস্য শশধৰ গগৈ, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় আহ্বায়ক মুন্তি গগৈ, কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ নেতা লীলা বৰা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি যদুমনি বৰা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক ৰিকি বৰাকে ধৰি কেইবা শতাধিক লোকে বিজেপি দলত যোগদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.