Covid-19EducationSocialঅসম

শুকুৰবাৰে ঘোষণা হ’ব নপতা পৰীক্ষাৰ ফলাফল

পুৱা ১১ বজাত ঘোষণা কৰা হ’ব ফলাফলসমূহ

শুকুৰবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা ২০২১ বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ১১ বজাত ঘোষণা কৰা হ’ব এই ফলাফলসমূহ।

মুঠ ৪২,৬৫৫৩জন পৰীক্ষাৰ্থী ২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইফালে, হাইমাদ্ৰাছাত অৱতীৰ্ণ হৈছিল ১২,২৭৫জন পৰীক্ষাৰ্থী। প্ৰাৰ্থীসকলে তেওঁলোকৰ ৰিজাল্টসমুহ মুঠ ১৪টা ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পাৰিব। লগতে মাৰ্কচিটসমূহো ডাউনল’ড কৰিব পাৰিব ছেবাই দিয়া ৱেবছাইট কেইটাৰ পৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.