Socialঅসমপৰিৱেশবতৰ

মাজুলীত ভয়াৱহ হৈ পৰিছে খহনীয়াৰ প্ৰকোপ‌

 চৰকাৰে কেতিয়া শুনিব মাজুলবাসীৰ বিননি

মাজুলীৰ কমলাবাৰী ফেৰী ঘাটকে ধৰি বিভিন্ন অঞ্চলত এতিয়া ক’ভিড মহামাৰীতকৈও অধিক ভয়াৱহ হৈ পৰিছে খহনীয়াৰ প্ৰকোপ‌।

কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ তত্বাৱধানত টি কে কোম্পানীয়ে বিগত বছৰ বছৰ ধৰি খহনীয়া প্ৰতিৰোধৰ নামত মাজুলীৰ  এচপৰা মাটিও ৰক্ষা কৰিব নোৱাৰাত দিক বিদিক হেৰুৱাই পেলাইছে জনসাধাৰনে।

মাজুলীত ব্ৰক্ষ্মপুত্ৰই নিতৌ খহাইছে মাজুলীৰ ভূমি৷ নদীৰ পাৰত বসবাস কৰা বহু পৰিয়ালে নদীখনৰ বাবেই আৱাসগৃহ স্থানন্তৰণৰ কৰিলে।

আপোন ঘৰৰ ভেটি এৰি ক’লৈ যাব এই পৰিয়াল সমূহ।  চিন্তিত শালমৰাৰ লগতে কমলাবাৰী ফেৰী ঘাট

মাজুলীৰ অতি স্পৰ্শকাতৰ কমলাবাৰী ফেৰী ঘাট, শালমৰা লগতে বহু অঞ্চল এতিয়া অস্তিত্বৰ  সংকটত৷

চৰকাৰে কেতিয়া শুনিব মাজুলবাসীৰ বিননি সেয়া হ’ব লক্ষনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.