অসমদৈনিক বাতৰি

ৰেল বিভাগৰ বিৰুদ্ধে লামডিঙত ৰাইজৰ প্ৰতিবাদ

ৰেল বিভাগৰ বিৰুদ্ধে লামডিঙত ৰাইজৰ প্ৰতিবাদ

ৰেলবিভাৰ বিৰুদ্ধে লামডিঙত ৰাইজৰ প্ৰতিবাদ। অঞ্চলটোবাসীৰ দীৰ্ঘদিনিয়া সমস্যা এটি ৰেলৱে ক্ৰচিং অথবা বিকল্প পথৰ ৷ ৰেলবিভাগে ৰাইজৰ সমস্যাৰ প্ৰতি সহাৰি জনায় অঞ্চলটোৰ ৰে’লৱে ক্ৰচিঙত এটি আণ্ডাৰ গ্ৰাউণ্ড পথ নিৰ্মানৰ কাম আৰম্ভ কৰিছে ৷

কিন্তু ৰেল বিভাৰ এই আণ্ডাৰ গ্ৰাউণ্ড হোৱাৰ ফলত যি গাৰ্ড ৱাল দিব তেতিয়া কেইবাখন গাৱলৈ যোৱাৰ পথ বন্ধ হৈ পৰিব ৷ তাৰ ফলতে আজি বহু ৰাইজ এনেদৰে ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদস্থলীত উপস্থিত আৰ পি এফ আৰু লামডিং আৰক্ষী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.