Covid-19Educationঅসম

IIT Guwahatiত অৰ্ধশতাধিক শিক্ষাৰ্থী কোভিডত আক্ৰান্ত

কোভিডত আক্ৰান্ত শিক্ষাৰ্থীসকলৰ অধিকাংশ বহিঃৰাজ্য পৰা অহা বুলি জানিব পৰা গৈছে

আই আই টি গুৱাহাটীত (IIT Guwahati) কোভিডৰ সংক্ৰমণ।

আই আই টি গুৱাহাটীৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি।

কোভিডত আক্ৰান্ত শিক্ষাৰ্থীসকলৰ অধিকাংশ বহিঃৰাজ্য পৰা অহা বুলি জানিব পৰা গৈছে।
চলিত সপ্তাহত শিক্ষা প্ৰতিষ্ঠানখনত হঠাৎ কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই।

শিক্ষা প্ৰতিষ্ঠানখনত নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। তাৰ লগতে অহা–যোৱা সকলো ব্যৱস্থা বন্ধ কৰা হৈছে শিক্ষাৰ্থীসকলৰ। কেইবাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে কোভিডৰ উপস্থিতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.