অসমগুৱাহাটীজন্তুদৈনিক বাতৰিবন্যপ্ৰাণীভাৰতৰাজনৈতিক

বাইহাটা চাৰিআলিৰ আঠাৰা-লেচাকোনাত বাঘৰ আতংক

পুঠিমাৰী নৈ পৰীয়া অঞ্চলটোৰ গৰু ছাগলী সমূহৰ দেহত দেখা গৈছে বাঘে আক্ৰমন কৰাৰ চিন। 

বাইহাটা চাৰিআলিৰ আঠাৰা-লেচাকোনা অঞ্চলত বাঘৰ আতংক।

পুঠিমাৰী নৈ পৰীয়া অঞ্চলটোৰ গৰু ছাগলী সমূহৰ দেহত দেখা গৈছে বাঘে আক্ৰমন কৰাৰ চিন।

নৈৰ বালিচৰতো অঞ্চলবাসী লোক সকলে প্ৰত্যক্ষ কৰিছে বাঘৰ খোজ।

পুঠিমাৰী নৈত মাছ ধৰিবলৈ যোৱা এজন যুৱকে নৈৰ পাৰত প্ৰথমে প্ৰত্যক্ষ কৰিছিল দুটা কুকুৰৰ নিচিনা ক’লা প্ৰাণী।

তাৰ কিছু সময় পিছতে পুনৰ এটি ডাঙৰ ক’লা ৰঙৰ প্ৰাণী দেখা পোৱা বুলি কয় আৰু তাৰ পাছতে গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.