অপৰাধঅসম

অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে নন্দিতা শইকীয়াই

ৰিন্তু শৰ্মাৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছিল ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াই

অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াই। মৃত্যু হোৱাৰ কথা সদৰি কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, ২১ তাৰিখ শনিবাৰে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ বিয়েৰাৰ হিচাপে কৰ্মৰত ৰিন্তু শৰ্মা নামৰ লোক এজনে আক্ৰমণ কৰে নন্দিতাক।

ৰিন্তু শৰ্মাৰ বৰ্বৰ আক্ৰমণৰ পাছত সংকটজনক অৱস্থাত হস্পাতালত ভৰ্তি কৰোৱা হৈছিল নন্দিতা। কিন্তু জীয়াই থাকিবলৈ প্ৰৱল ইচ্ছা কৰিও মৃত্যুৰ আগত হাৰ মানিলে নন্দিতাই

উল্লেখ্য যে, নন্দিতাৰ পিতৃকো আক্ৰমণ কৰিছিল ৰিন্তু শইকীয়াই

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.