খাদ্য

গুটখা প্ৰেমীৰ বাবে আছে এটা দুখবৰ, এবছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হ’ল গুটখা, পান মচলাৰ প্ৰস্তুত!

পশ্চিম বংগত খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি পশ্চিম বংগত নিকটিনযুক্ত সামগ্ৰীৰ বিক্ৰী, পৰিবহণ, বিতৰণ বন্ধ কৰা হৈছে

যদি আপুনি পান মচলা খাই ভাল পায় তেন্তে আপোনাৰ বাবে আছে এটা বেয়া খবৰ। নিষিদ্ধ হ’ল গুটখা, পান মচলা।
স্বাস্থ্য বিভাগে বন্ধ কৰিলে গুটখা, পান মচলাৰ সেৱন। এবছৰৰ বাবে পান মচলা প্ৰস্তুত কৰাৰ পৰা বিৰত থাকিব লাগিব প্ৰস্তুতকাৰী কোম্পানীসমূহ। চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী হ’ব এই বিধি।

অৱশ্যে, আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, কিয়নো পশ্চিম বংগতহে নিষিদ্ধ কৰা হৈছে গুটখা, পান মচলা।
পশ্চিম বংগত খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি পশ্চিম বংগত নিকটিনযুক্ত সামগ্ৰীৰ বিক্ৰী, পৰিবহণ, বিতৰণ বন্ধ কৰা হৈছে।

পশ্চিম বংগ চৰকাৰৰ নিৰ্দেশ অনুসৰি অহা ৭ নৱেম্বৰ,২০২১ৰ পৰা এই নিষেধাজ্ঞা কার্যকৰী হ’ব। এই সিদ্ধান্তৰ পিছত কোনো দোকানীয়ে বিক্ৰী কৰিব নোৱাৰিব ধপাতযুক্ত পান মচলা। উল্লেখযোগ্য যে, ২০১৩ চনৰ এপ্ৰিল মাহতো পশ্চিম বংগত জাৰি কৰা হৈছিল এই নিৰ্দেশনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.