অপৰাধঅসমগুৱাহাটী

বেলতলা হত্যাকাণ্ডৰ নতুন তথ্য! সমগ্ৰ দৃশ্য ভিডিঅ’ কৰিছিল হত্যাকাৰীয়ে

ক্ৰমাৎ ফাদিল হৈছ বেলতলাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য

◾ গ্ল’ভছ পিন্ধি হত্যাকাৰীয়ে ভাঙিছিল খিৰিকী

◾ সমগ্ৰ দৃশ্য ভিডিঅ’ কৰিছিল হত্যাকাৰী আকাশে

◾ ভঙা খিৰিকীখনত পোৱা নাই কোনো ফিংগাৰপ্ৰিণ্ট

◾ মৃতদেহৰ পৰা ওলোৱা নাছিল পৰ্যাপ্ত তেজ

◾ হত্যাৰ সময়ত গভীৰ নিদ্ৰাত আছিল দম্পতী

◾ মৃত্যুৰ পাছতহে হত্যাকাৰীয়ে আঘাত কৰাৰ সন্দেহ মূৰত

◾ হত্যাৰ পূৰ্বে বৰুৱা দম্পতীক নিচাজাতীয় দ্ৰব্য খুওৱাৰ সন্দেহ

◾ ক্ৰমাৎ ফাদিল হৈছ বেলতলাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য

◾ বৰ্তমানেও হত্যাৰ কথা স্বীকাৰ কৰা নাই অভিযুক্ত আকাশে

◾ দিছপুৰ থানাত হাজিৰ কৰোৱা হ’ল আকাশ চৌধুৰীক

◾ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব আকাশক

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button