Socialঅসমআন্তঃৰাষ্ট্ৰীয়খাদ্য

অসমীয়াৰ হাঁহ-কোমোৰাৰে আজুৰি আনিলে মাষ্টাৰচেফ ২০২৩ৰ খিতাপ

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল অসম। ৰন্ধন প্ৰতিযোগীতাৰ ৰিয়েলিটি শ্ব’ মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন ৭ ৰ খিতাপ দখল কৰিলে তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়াই। খিতাপ অৰ্জন কৰি আজি তিনিচুকীয়াৰ গোবিন্দপুৰৰ নিজ বাসগৃহত উপস্থিত নয়নজ্যোতি। নয়নজ্যোতিৰ জয়ত আনন্দত মতলীয়া গোবিন্দপুৰবাসী।

অসসমীয়াৰ খাদ্যক বিশ্ব দৰবাৰক উপস্থাপন কৰাৰ উদেশ্য়েই মাষ্টাৰ চেফত অংশ লৈছিল নয়নজ্যেতিয়ে। ছিজনৰ প্ৰথমৰ পৰাই নয়নে বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান যুৱপ্ৰজন্মৰ আদৰ্শ হৈ পৰিছে ২৬ বছৰীয়া নয়নজ্যোতি।

উল্লেখ্য যে, ফাইনেলত নয়নজ্যোতিয়ে কেকোঁৰা, হাঁহ মাংস-কোমোৰাক এক নতুন ৰূপত উপস্থাপন কৰি গল্ডেন চেফকোট আৰু গল্ডেন ট্ৰফী আজোৰিবলৈ সক্ষম হ’ল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.