অসমখাদ্যদৈনিক বাতৰি
বহিঃৰাজ্যৰ পৰা সৰবৰাহ ফৰ্মেলিনযুক্ত চালানী মাছ, মন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশই
বহিঃৰাজ্যৰ পৰা সৰবৰাহ ফৰ্মেলিনযুক্ত চালানী মাছ, মন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশই
![বহিঃৰাজ্যৰ পৰা সৰবৰাহ ফৰ্মেলিনযুক্ত চালানী মাছ, মন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশই বহিঃৰাজ্যৰ পৰা সৰবৰাহ ফৰ্মেলিনযুক্ত চালানী মাছ, মন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশই](https://prathamkhabartv.com/wp-content/uploads/2023/04/vlcsnap-2023-04-30-15h58m42s170-768x470.png)
চালানী মাছত বিষাক্ত ফৰ্মেলিন
মন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশই
বহিঃৰাজ্যৰ পৰা সৰবৰাহ ফৰ্মেলিনযুক্ত চালানী মাছ
ৰঙিয়াৰ ৰাজপথত চালানী মাছ ভৰ্তি ট্ৰাক
৫ দিন পূৰ্বে ৰঙিয়াত প্ৰৱেশ কৰিছিল ট্ৰাককেইখন
মালিক পক্ষৰ সেউজ সংকেতৰ বাবে অপেক্ষাত ট্ৰাক চালক