অসম

নিৰ্বাচনৰ দিনাই কাৰ্বি পাহাৰত উত্তেজনা, ক্ষোভিত ৰাইজে জ্বলাই দিলে বেলট পেপাৰ

শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ।

নিৰ্বাচনৰ দিনটোতেই উত্তপ্ত কাৰ্বিআংলং। কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ মাজতে তীব্ৰ উত্তেজনা। বৈঠালাংছৰ ১ নম্বৰ দুৱাৰআমলা পৰিষদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।

 

বেলট বাকচৰ ছীল ভঙাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। ক্ষোভিত ৰাইজে জ্বলাই দিলে বেলট পেপাৰ। শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 4 =

Check Also
Close
Back to top button