leatest updatenationalOlympicsSocialSports

অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণাৰ পিছতে অসুস্থ মল্ল যুঁজাৰু ভিনেশ ফোগাট।

ছেমি ফাইনেলৰ পিছতে ১০০ গ্ৰাম ওজন বৃদ্ধি ফোগাটৰ। 

অলিম্পিকত ভাৰতৰ বাবে আন এক বেয়া খবৰ। অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণা ভিনেশ ফোগাটক। ছেমি ফাইনেলৰ পিছতে ১০০ গ্ৰাম ওজন বৃদ্ধি ফোগাটৰ।

আজি আমেৰিকাৰ বিৰুদ্ধে ফাইনেল আছিল ফোগাটৰ। ৫০ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল মল্ল যুঁজাৰু গৰাকীয়ে।অযোগ্য ঘোষণাৰ পিছতে অসুস্থ মল্ল যুঁজাৰু গৰাকী। অত্যধিক ডিহাইড্ৰেছনত ভোগা ভিনেশ ফোগাট বৰ্তমান চিকিৎসাধীন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.