শ্ৰেণীবিহীন

অলিম্পিকৰ পৰা বাহিৰ বিনেশ ফ’গাট

বিনেশ ফ’গাটৰ বাহিৰ হোৱাক লৈ দিল্লীত সংসদত উত্তাল

অলিম্পিক মল্লযুঁজৰ ফাইনেলৰ পৰা বিনেশ ফ’গাটৰ বাহিৰ হোৱাক লৈ দিল্লীত সংসদত উত্তাল।
বিৰোধীয়ে অভিযোগ কৰে যে বিনেশৰ ফাইনেলত প্ৰৱেশৰ পৰা হঠাতে বাহিৰ হোৱাটো সাধাৰণ পৰিঘটনা হ’ব নোৱাৰে বুলি প্ৰকাশ ।
ইয়াৰ আঁৰত নিশ্চিতভাৱে এটা ষড়যন্ত্ৰ আছে বুলি সন্দেহ সাংসদৰ । ভাৰত চৰকাৰৰো হাত থাকিব পাৰে বুলি সন্দেহ । অৱশ্যে বিনেশ ফ’গাটৰ খবৰ পোহৰলৈ অহাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে । বিনেশক সান্ত্বনা দি পোষ্টটোত মোদীয়ে লিখিছে, “আপুনি সদায় প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল পায়।” মোৰ বিশ্বাস তুমি শক্তিশালী হৈ উভতি আহিবা। আমি তোমাৰ লগত আছো।” বুলি প্ৰকাশ কৰিছে এক্স হেণ্ডেলত।

 

 

https://x.com/narendramodi/status/1821083814363591059

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.