অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মহানগৰীত যান-জঁট ৰোধৰ আজৱ কৌশল, হ্ৰাস কৰিলে ১০৯খন ব্যক্তিগত চিটী বাছসমূহ

মহানগৰীত যান-জঁট ৰোধৰ আজৱ কৌশল

আজৱ উদ্ভাৱন প্ৰশাসন আৰু পৰিবহণ বিভাগৰ

ৰাজপথত হ্ৰাস কৰিলে ১০৯খন ব্যক্তিগত চিটী বাছ

খানাপাৰা খেলপথাৰত ৰখাই থোৱা হ’ল বাছসমূহ

মহানগৰীত আছে ৪৯৬খন ব্যক্তিগত চিটী বাছ

চিটী বাছ বন্ধ কৰাত মালিক, চালক, হেণ্ডিমেনৰ ক্ষোভ

একাংশ চিটী বাছকহে চলাচল কৰাৰ অনুমতি দিয়াৰ সম্ভাৱনা

মহানগৰীৰ ৰাজপথত চলিব এক বিশেষসংখ্যক চিটী বাছহে

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.