leatest updateSocialদৈনিক বাতৰিভাৰত

মাজ আকাশত বিমানৰ মজিয়াত শৌচ, প্ৰস্ৰাৱ কৰি অস্বাভাৱিক আচৰণ এজন যাত্ৰীৰ।

যাত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

বিমানৰ মজিয়াত শৌচ, প্ৰস্ৰাৱ কৰি মাজ আকাশত অস্বাভাৱিক আচৰণ এজন যাত্ৰীৰ। মুম্বাই-দিল্লী এয়াৰ ইণ্ডিয়া বিমানত সংঘটিত হৈছে এই ঘটনা। মাজ আকাশত বিমানৰ ভিতৰত কৰা এই অস্বাভাৱিক আচৰণৰ বাবে যাত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

জানিব পৰা মতে যাত্ৰীগৰাকীৰ নাম ৰাম সিং আৰু তেওঁৰ বয়স ৪০। তেওঁ আফ্ৰিকাৰ কোনো ঠাইত ৰান্ধনী হিচাপে কৰ্মৰত। বৰ্তমান যাত্ৰীগৰাকীৰ এই আচৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.