অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ SCৰ গুৰুত্বপূৰ্ণ ৰায়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা স্থগিত নকৰিলে SCএ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ SCৰ গুৰুত্বপূৰ্ণ ৰায়

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা স্থগিত নকৰিলে SCএ

আদালতৰ মজিয়াত মুখথেকেচা বিৰোধীৰ

৩ সপ্তাহৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ নিৰ্দেশ ECIক

নিৰ্বাচন আয়োগলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

কংগ্ৰেছসহ বিৰোধী ঐক্যই দাখিল কৰিছিল লেখ আবেদন

সমষ্টি পুনৰ নিৰ্ধাৰণক প্ৰত্যাহ্বান জনাইছিল বিৰোধীয়ে

CJI ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত সম্পন্ন শুনানি

ড০ হীৰেন গোহাঁই, অজিত ভূঞাই দাখিল কৰিছিল আবেদন। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠৰ ৰায়। RPFৰ 8(A) ধাৰাত আবেদন দাখিল কৰিছিল বিৰোধী দলে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.