অপৰাধঅসমঅসম আৰক্ষী

কাৰাগাৰলৈ পদ্মশ্ৰী উদ্ধৱ ভৰালী

তোলনীয়া জীয়ৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৈ আছিল উদ্ধৱ ভৰালী।

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পদ্মশ্ৰী উদ্ধৱ ভৰালীক। তোলনীয়া জীয়ৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৈ আছিল উদ্ধৱ ভৰালী।

উচ্চ ন্যায়ালয়ত জামিন আৱেদন কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে ভৰালীৰ জামিন আৱেদন। আৰু অৱশেষত শুকুৰবাৰে, লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ভৰালীক।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

two × 3 =

Back to top button