leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

কাশ্মীৰ ফাইলছ’ৰ নিষিদ্ধৰ পিছতে এইবাৰ চৰ্চাত ‘দ্যা কেৰালা ষ্টৰী’…

মহানগৰীৰ পি ভি আৰ চিনেমা হলত মুখ্যমন্ত্ৰীয়ে উপভোগ কৰিব 'দ্যা কেৰালা ষ্টৰী'

মহানগৰীৰ পি ভি আৰ চিনেমা হলত মুখ্যমন্ত্ৰী

‘দ্যা কেৰালা ষ্টৰী’ ছবিখন উপভোগ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

তামিলনাডু আৰু পশ্চিমবংগত নিষিদ্ধ কৰা হৈছে ‘দ্যা কেৰালা ষ্টৰী’

কাশ্মীৰ ফাইলছ’ৰ নিষিদ্ধৰ পিছতে এইবাৰ চৰ্চাত ‘দ্যা কেৰালা ষ্টৰী’

ছবিখনৰ পৰিচালনা কৰিছে সুদীপ্ত সেনে

মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাইও উপভোগ কৰিব ছবিখন

লগতে সকলোকে ছবখন উপভোগ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + seven =

Back to top button