Covid-19অসমচিকিৎসাজীৱনশৈলী

আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীৰ টিকাকৰণ! ১২-১৪ বছৰৰ কিশোৰ-কিশোৰীক দিয়া হ’ব ভেকচিন

১৩.৪৮ লাখ কিশোৰ-কিশোৰীক টিকাকৰণৰ লক্ষ্য

◾আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীৰ টিকাকৰণ

◾১২-১৪ বছৰৰ কিশোৰ-কিশোৰীক দিয়া হ’ব ভেকচিন

◾১৩.৪৮ লাখ কিশোৰ-কিশোৰীক টিকাকৰণৰ লক্ষ্য

◾প্ৰদান কৰিব ক’ৰ্বেভেক্স ভেকচিন

◾দেশৰ সমান্তৰালকৈ অসমতো আৰম্ভ টীকাকৰণ

◾মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব টিকাকৰণৰ কাৰ্যসূচী

◾ৰুক্মিনীগাঁৱৰ বিদ্যালয়ত টীকাকৰণ অভিযানৰ শুভাৰম্ভ

◾উপস্থিত থাকিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

◾সমান্তৰালকৈ আৰম্ভ হ’ব সুৰক্ষামূলক তৃতীয়পালি ভেকচিন প্ৰদান

◾১০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল সুৰক্ষামূলক ভেকচিন প্ৰদান

◾৬০ ঊৰ্ধৰ ব্যক্তিক প্ৰদান কৰা হৈছিল সুৰক্ষামূলক ভেকচিন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 12 =

Back to top button