অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

শিলচৰৰ NITত কনিষ্ঠ ছাত্ৰক প্ৰহাৰৰ ঘটনা

ঘটনাৰে জড়িত ২০জন জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা...

শিলচৰ NITৰ কনিষ্ঠ ছাত্ৰক মাৰপিট

২০গৰাকী জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা

৫ জ্যেষ্ঠ ছাত্ৰক NITৰ পৰা বহিষ্কাৰ

৬জন ছাত্ৰক হোষ্টেলৰ পৰা বহিষ্কাৰ NIT কৰ্তৃপক্ষৰ

৯জন ছাত্ৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ

ছাত্ৰ সংগঠন আকছাৰ হুংকাৰৰ পিছত এই সিদ্ধান্ত

৩১ মাৰ্চত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা

আক্ৰমণৰ বলি হৈছিল সিদ্ধান্ত পৈথ্য নামৰ ছাত্ৰজন

৩১ মাৰ্চ শিলচৰ NIT ৰ ভিতৰত NIT ৰ Computer Science ৰ চতুৰ্থ চেমিষ্টাৰৰ ছাত্ৰ সিন্ধান্ত পৈথ্যক NITৰ অষ্টম চেমিষ্টাৰৰ একাংশ ছাত্ৰই দলবদ্ধভাৱে আক্ৰমণ কৰিছিল। ঘটনাৰ পাছত সিন্ধান্ত পৈথ্যৰ পিতৃয়ে শিলচৰ গুংগুৰ আৰক্ষী চকীত NIT ৰ ১৮জন ছাত্ৰক অভিযুক্ত কৰি এক গোচৰ ৰুজু কৰিছিল ৷ কিন্তু ঘটনাৰ দীৰ্ঘদিন উকলি যোৱাৰ পাছতো এজনো অভিযুক্ত ছাত্ৰৰ বিৰুদ্ধে আৰক্ষী কিংবা NIT কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷  যাৰবাবে NIT ৰ এই ঘটনা লৈ  সৰব হৈছিল আকসা নামৰ বৰাকৰ এটা ছাত্ৰ সংগঠন৷ অৱশেষত ঘটনাৰ লগত জড়িত NITৰ ২০ গৰাকী জ্যেষ্ঠ ছাত্ৰক অভিযুক্ত স্বাব্যস্ত কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − seven =

Back to top button