অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনা

মহানগৰীৰ পাঞ্জাবাৰীত দিন দুপৰতে গুলীচালনাৰ ঘটনা

ইকত অহা অচিনাকী দুৰ্বৃত্তই গাড়ীৰ ভিতৰতে গুলিয়াই থৈ যায় পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ ৰঞ্জিৎ বৰাক

মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে পাঞ্জাবাৰীত গুলীচালনাৰ ঘটনা। পূৰবী ডায়েৰীৰ সমীপত এই ঘটনা। বাইকত অহা অচিনাকী দুৰ্বৃত্তই গাড়ীৰ ভিতৰতে গুলিয়াই থৈ যায় পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ ৰঞ্জিৎ বৰাক। বেংকত ধন জমা দিবলৈ যাওতেই ICICI Bank ৰ সন্মূখত সংঘটিত হয় এই ঘটনা। মূৰত গুলী লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত  হোৱা ৰঞ্জিৎ বৰাক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰে যদিও মৃত্যু হয় লোকজনৰ।

 

ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে বন্ধুকধাৰী দুৰ্বৃত্তৰ CCTV ফুটেজ। AS 01 BH 5022 নম্বৰৰ ৱেগনাৰ বাহনত আহিছিল ৰঞ্জিত বৰা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.