Assamassam policeleatest updateSocial

এতিয়াৰে পৰা ন্যায় ব্যৱস্থাত ‘এফেয়াৰ’, ‘প্ৰষ্টিটিউট’ আদিৰ দৰে শব্দ ব্যৱহাৰ কৰিব নেৱাৰিব।

লিংগৰ আধাৰত মহিলাৰ বিৰুদ্ধে কৰিব নোৱাৰিব অপশব্দ

ন্যায় ব্যৱস্থাত ব্যৱহাৰ কৰিব নোৱাৰিব অপশব্দ

লিংগৰ আধাৰত মহিলাৰ বিৰুদ্ধে কৰিব নোৱাৰিব অপশব্দ

এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিলে ‘হেণ্ডবুক’

মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে বুধবাৰে জাৰি কৰে ‘হেণ্ডবুক’

ন্যায়াধীশ আৰু অধিবক্তাৰ বাবে গুৰুত্বপূৰ্ণ এই হেণ্ডবুক

জাৰি কৰা ‘হেণ্ডবুক’ত আছে আপত্তিজনক শব্দৰ পৰিপূৰক ব্যৱহাৰিক শব্দ

‘এফেয়াৰ’, ‘প্ৰষ্টিটিউট’, ‘আন ৱেড মাডাৰ’ আদি শব্দ ব্যৱহাৰত নিষেধাজ্ঞা

‘ইভ টিজিং’, ‘প্ৰোভোকেটিভ ড্ৰেছ’ আদি শব্দও কৰিব নোৱাৰিব ব্যৱহাৰ

ন্যায় ব্যৱস্থাত পৰম্পৰাগত ৰুঢ়তা প্ৰত্যাহাৰৰ বাবে এই বিশেষ ব্যৱস্থা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.