অসমআঞ্চলিক

জঘন্য! নিজ পিতৃ-মাতৃয়ে হত্যা কৰিলে কন্যাক

কন্যা শিশুটি মৃত্যু হোৱাৰ পিছত পুটি থৈছিল ঘৰৰ বাকৰিত

দেৰগাঁৱত সংঘটিত হৈছে এক জঘন্য কাণ্ড! নিজ পিতৃ-মাতৃৰ হাতত প্ৰাণ গ’ল কন্যাৰ, ব্ৰহ্মপুত্ৰ অঞ্চলৰ গড়মৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। কুশল শইকীয়া আৰু ৰঞ্জু শইকীয়া দম্পত্তীয়ে সংঘটিত কৰিলে এই ঘটনা।

নাভি কাটি দিয়াৰ ফলত মৃত্যু হ’ল কন্যা সন্তানটিৰ। পিতৃ-মাতৃয়ে নিজ মুখেৰে স্বীকাৰ কৰিছে নাভি কাটি দিয়াৰ কথা, কন্যা শিশুটি মৃত্যু হোৱাৰ পিছত পুটি থৈছিল ঘৰৰ বাকৰিত।

খকন্দগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ অসুস্থ মাতৃগৰাকীক লৈ অহাৰ পিছত চিকিৎসকে সন্তানটিৰ খবৰ লোৱাত পোহৰলৈ আহে তথ্য। পুনৰ খান্দি বস্তাত ভৰাই লৈ আহে সন্তানটি,  ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা সমগ্ৰ অঞ্চলত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.