Assam

যোৰহাটৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

দুদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটলৈ যোৱা মুখ্যমন্ত্ৰী

দুদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বুধবাৰে বিয়লি উপস্থিত হয় মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত। ঢেকীয়াখোৱা বৰনামঘৰৰ নৱনিৰ্মিত মূল তোৰণখনি উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।  বৰনামঘৰত মুখ্যমন্ত্ৰীয়ে সেৱা লৈ নেদেখাজনৰ আশীষ কামনা কৰে। যোৰহাটৰ আন এক ঐতিহাসিক ধৰ্মীয় স্থান মইনাপৰীয়া নামঘৰতো উপস্থিত হৈ সেৱা লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.