অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগবিশ্ব

দক্ষিণ আমেৰিকাত সামুদ্ৰিক ধুমুহাৰ প্ৰলয়ংকৰী ৰূপ, প্ৰাণ ল’লে ২১জনকৈ লোকৰ

দক্ষিণ আমেৰিকাত সামুদ্ৰিক ধুমুহাৰ প্ৰলয়ংকৰী ৰূপ

দক্ষিণ আমেৰিকাত সামুদ্ৰিক ধুমুহাৰ প্ৰলয়ংকৰী ৰূপ। প্ৰৱল ধুমুহাই প্ৰাণ ল’লে ২১জনকৈ লোকৰ। প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত আহিছিল ধুমুহা। ৬০ৰো অধিক স্থানত সতৰ্কতামূলক এলাৰ্ট জাৰি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.