অসমদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘আপ’ চৰকাৰে প্ৰতিশ্ৰুতি নহয়, গ্যাৰাণ্টি দিয়ে’

‘আপ’ চৰকাৰে প্ৰতিশ্ৰুতি নহয়, গ্যাৰাণ্টি দিয়ে’

গুৱাহাটীত সোণাৰাম খেলপথাৰত ২ ‘আপ’ নেতা

জনসভা সম্বোধন অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মানৰ

বিশাল জনসভাত ভিৰ আপ সমৰ্থকৰ

বৰঝাৰৰ পৰা ভৰলুমুখত উপস্থিত দুয়োগৰাকী নেতা

জনতাক সম্বোধন পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

‘হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কাৰ পাহৰিছে’

‘অসমৰ ৰাইজে অতিথিক আদৰণি জনায়’

‘অসমৰ মানুহে অতিথিক ধমক নিদিয়ে’

হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ আমন্ত্ৰণ কেজৰিৱালৰ

জনসভা সম্বোধন কৰিব অৰবিন্দ কেজৰিৱালে

‘আপ’ চৰকাৰে প্ৰতিশ্ৰুতি নহয়, গ্যাৰাণ্টি দিয়ে’

‘পাঞ্জাৱৰ উন্নতিৰ কথা অসমৰ ৰাইজে ভালকৈ জানে’

‘পাঞ্জাৱত দুৰ্নীতিগ্ৰস্তক জে’ললৈ প্ৰেৰণ কৰিছো’

অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা ভগৱন্ত মানৰ

‘দিল্লী, পাঞ্জাৱত চৰকাৰী স্কুল খুলিছো’

‘কিন্তু গুৱাহাটীত মুখ্যমন্ত্ৰীৰ পত্নীয়ে স্কুল খুলিছে’

‘যি দেশৰ ৰজা বেপাৰী, সেই দেশৰ প্ৰজা ভিক্ষাৰী’

‘প্ৰধানমন্ত্ৰীকো ক্ষুৰধাৰ সমালোচনা ভগৱন্ত মানৰ’

‘বিজেপিক ঝুমলা পাৰ্টী আখ্যা পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ’

‘পাঞ্জাৱত আমি টোলগে’ট বন্ধ কৰি দিছো’

‘ডাবল ইঞ্জিন নালাগে, এতিয়া লাগে এটা ইঞ্জিন’

‘পাঞ্জাৱত ৮০% বিদ্যুৎ আমি ৰেহাই দিছো’

‘পাঞ্জাৱত বন্ধ কৰিলো ৮খনকৈ টোলগে’ট’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.