অসমদৈনিক বাতৰিভাৰত

কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। ৬ আৰু ৭ এপ্ৰিলত দুদিনীয়া ভ্ৰমনসূচীৰে কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ। বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰীৰে পৰ্য্যালোচনা সভা। সভাত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰী। ৰাষ্ট্ৰপতিগৰাকীয়ে অৱতৰন কৰিব লগা বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ হেলিপেড, হেলিপেডলৈ যোৱা মূল পথ আৰু ৰাষ্ট্ৰপতিগৰাকীক সাংস্কৃতিক অনুষ্ঠানেৰে অভিবাদন জনাবলৈ বিভিন্ন সাংস্কৃতিক দল ৰখাৰ স্থান পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাৰ লগতে চন্দ্ৰমোহন পাটোৱাৰীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.