অসমদৈনিক বাতৰিমনোৰঞ্জন

প্ৰখৰ ৰ’দকো নেওচি সৰুসজাই ষ্টেডিয়ামত বৰ বিহুৰ চূড়ান্ত আখৰা।

প্ৰখৰ ৰ’দৰ বাবেই আখৰাস্থলীতে ঢলি পৰিল কেইগৰাকীও নাচনী

বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা গুৱাহাটীত উপস্থিত হাজাৰ হাজাৰ নাচনী-ঢুলীয়া। আজিৰে পৰা সৰুসজাইত আৰম্ভ হৈছে চূড়ান্ত আখৰা। আজি পুৱাৰে পৰা প্ৰখৰ ৰ’দকো নেওচি সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হৈছে বৰ বিহুৰ চূড়ান্ত আখৰা। কিন্তু এই আখৰাৰ মাজতে দেখা গ’ল কেইটামান দৃশ্য। প্ৰখৰ ৰ’দৰ বাবেই আখৰাস্থলীতে ঢলি পৰিল কেইগৰাকীও নাচনী। ইফালে, পিয়াহত অন্ঠ-কণ্ঠ শুকাই যোৱা নাচনীয়ে গিলাচ-বটল বিচাৰি নাপাই ফিল্টাৰেৰে খাবলগীয়া হ’ল পানী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.