প্ৰযুক্তিভাৰত

আহি আছে ‘অভিন্য’! টেছলাতকৈ কোনোগুণেই কম নহ’ব ‘অভিন্য’!…

টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মোবিলিটিয়ে ২৯ এপ্ৰিলত উন্মোচন কৰে ইয়াৰ সৰ্ব-নতুন বাহন 'অভিন্য'ৰ মডেল।

 

টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মোবিলিটিয়ে ২৯ এপ্ৰিলত উন্মোচন কৰে ইয়াৰ সৰ্ব-নতুন বাহন ‘অভিন্য’ৰ মডেল।

 

‘অভিন্য’ৰ মডেলটোৱে এতিয়া সকলোৰে মাজত চৰ্চা লাভ কৰিছে।

 

 

‘অভিন্য’ (Avinya) হ’ব টাটা মটৰ্চৰ প্ৰথমখন বৈদ্যুতিক বাহন।  টাটা অবিন্য ইলেক্ট্ৰিকত টেছলা গাড়ীৰ দৰে থাকিব স্বায়ত্বশাসিত ড্ৰাইভিং সুবিধা

 

 

টাটা মটৰ্ছৰ মতে, ‘অভিন্য’ৰ মডেলটো হৈছে টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মোবিলিটি(টিপিইএম)ৰ দ্বাৰা পৰৱৰ্তী প্ৰজন্মৰবৈদ্যুতিক বাহনৰ দিশত অন্য এক পদক্ষেপ।

 

উল্লেখ্য যে, অহা ২-৩ বছৰত এই অনন্য গাড়ীখন মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 3 =

Back to top button