leatest updateঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিভাৰত

এক গৌৰৱৰ ক্ষণ! হোৱাইট হাউছৰ শীৰ্ষ কাৰ্যবাহী পদত অসম সন্তান ডঃ ৰূপমজ্যোতি শৰ্মা

অসমীয়াৰ হেঁপাহৰ ব’হাগ বিহুৰ দিনাই ডঃ শৰ্মাই গ্ৰহণ কৰিব এই গুৰু দায়িত্ব

অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰি হোৱাইট হাউছৰ শীৰ্ষ কাৰ্যবাহী পদত অসম সন্তান ডঃ ৰূপমজ্যোতি শৰ্মা। অসম সন্তান ডঃ ৰূপমজ্যোতি শৰ্মাক হোৱাইট হাউছৰ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেল’ আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে।

অসমীয়াৰ হেঁপাহৰ ব’হাগ বিহুৰ দিনাই ডঃ শৰ্মাই গ্ৰহণ কৰিব এই গুৰু দায়িত্ব। উল্লেখ্য যে শৈক্ষিক নগৰী যোৰহাটৰ ডঃ ৰূপমজ্যোতি শৰ্মাই পঢ়াশুনা কৰিছিল অসমীয়া মাধ্যমৰ বিদ্যালয়ত। এগৰাকী সংজ্ঞীতজ্ঞ হিচাপেও ডঃ শৰ্মাৰ আছে বিশেষ পৰিচয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.