অসমৰাজনৈতিক

কংগ্ৰেছ এৰি AIUDFলৈ ঢাপলি মেলিলে শ্বেৰমান আলী!

কেইবামাহ পূৰ্বে শ্বহীদ সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হৈছিল বিধায়কগৰাকী।

AIUDFলৈ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী। কংগ্ৰেছ এৰি AIUDFলৈ ঢাপলি মেলিলে শ্বেৰমান আলী।

দেওবাৰে, পাঠশালাত AIUDFৰ নেতা-কৰ্মীক সাক্ষাৎ কৰে বিধায়কগৰাকীয়ে। গামোচা, শৰাইৰে বাঘবৰৰ বিধায়কক আদৰণিও জনায় AIUDFৰ নেতা-কৰ্মীয়ে।

অৱশ্যে, বিধায়কগৰাকীয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যোগদানৰ কথা।

উল্লেখ্য যে, কেইবামাহ পূৰ্বে শ্বহীদ সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হৈছিল বিধায়কগৰাকী। পিছে কিছুদিনপূৰ্বে কাৰাগাৰৰ পৰা মুক্ত হোৱা বিধায়কগৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে AIUDFত যোগদানৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.