অসম

এদিনৰ বাবে গুৱাহাটীত নচলে স্কুল বাছ, স্তব্ধ হৈ পৰিব গুৱাহাটী মহানগৰ…

বুধবাৰে, বন্ধ থাকিব মহানগৰীৰৰ সকলো বিদ্যালয়-মহাবিদ্যালয়। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ বিশেষ ঘোষণা।

এদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী মহানগৰ। বুধবাৰে, বন্ধ থাকিব মহানগৰীৰৰ সকলো বিদ্যালয়-মহাবিদ্যালয়। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ বিশেষ ঘোষণা।

 

উপায়ুক্ত পল্লৱ গোপাল ঝাই গুৱাহাটীৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰে। বুধবাৰে অসমত নেৰানেপেৰা বৰষুণৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰাৰ পাছতেই কামৰূপ জিলা প্ৰশাসনে এই ঘোষণা কৰে। অৱশ্যে, ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থকাৰ ঘোষণা প্ৰশাসনৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.