শ্ৰেণীবিহীন

গুৱাহাটীবাসীলৈ প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা! কামৰূপ মহানগৰ জিলাত মুকলি HELPLINE NO

বিনা কাৰণত ঘৰৰপৰা উলাই নাহিবলৈ আহ্বান

◾কামৰূপ মহানগৰ জিলাত ৰেড এলাৰ্ট জাৰি

◾কামৰূপ মহানগৰ জিলাত HELPLINE NO.মুকলি

◾1077 চোলফ্ৰি নম্বৰ মুকলি প্ৰশাসনৰ

◾ফোন কৰিব পাৰিব 9707727422 নম্বৰত

◾যোগাযোগ কৰিব পাৰে 8376029948 নম্বৰত

◾যোগাযোগ কৰক 9508209686 নম্বৰত

◾8876086488 নম্বৰতো ফোন কৰিব পাৰে

◾মহানগৰবাসীক ঘৰতে থকাৰ আহ্বান প্ৰশাসনৰ

◾বিনা কাৰণত ঘৰৰপৰা উলাই নাহিবলৈ আহ্বান

◾ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে নিৰ্দেশনা

◾ভূমিস্খলন প্ৰবন অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ যোৱাৰ আহ্বান

◾মহানগৰবাসীলৈ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 8 =

Back to top button