অসমদৈনিক বাতৰি

ডাঃ ছৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা, ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত আদালতৰ

ডাঃ ছৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

ডাঃ ছৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

ডিব্ৰুগড় সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ এই ৰায়

অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা

ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত আদালতৰ

ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডৰ ৮ বছৰৰ পিছত এই ৰায়দান

২০১৪ চনৰ ৯ মে’ত AMCHত ঘটিছিল নৃশংস হত্যাকাণ্ড

ডিঙি কাটি নৃশংসভাৱে কৰা হৈছিল হত্যা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.