অসমদুৰ্ঘটনা

ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ তাণ্ডৱ! মহটিয়াই নিলে কেইবাখনো বাহন, কণ কণ শিশু, মহিলাক

মহানগৰীৰ তেতেলিয়াৰ নাৰ্চাৰীত ভয়ংকৰ দুৰ্ঘটনা

◾ মহানগৰীৰ তেতেলিয়াৰ নাৰ্চাৰীত ভয়ংকৰ দুৰ্ঘটনা

◾ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ তাণ্ডৱলীলা

◾ মহটিয়ালে কেইবাখনো বাহন, কণ কণ শিশু, মহিলাক

◾ ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন স্কুটি আৰোহী

আহত ৩ জনৰ অৱস্থা সংকটজনক

◾ নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

◾ বৰাগাঁও দিশৰ পৰা ভুল পথেৰে প্ৰৱেশ ট্ৰাকখনৰ

◾ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

◾ স্থানীয় ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন

◾ সম্পূৰ্ণৰূপে বন্ধ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

◾ গৰু সৰবৰাহ কৰিছিল বাহনখনে

◾ শৰাইঘাট দলঙলৈ সৃষ্টি তীব্ৰ যান-জঁট

◾ ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী

◾ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা গড়চুক আৰক্ষী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 8 =

Back to top button