অসমজীৱনশৈলীদৈনিক বাতৰি

অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সুগন চন্দ্ৰ জৈনৰ দেহাৱসান

ডিব্ৰুগড়ত নিজ বাসগৃহত নিশা ১ বজাত দেহাৱসান হয় ডাঃ সুগন চন্দ্ৰ জৈনৰ

অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সুগন চন্দ্ৰ জৈনৰ দেহাৱসান। ডিব্ৰুগড়ত নিজ বাসগৃহত নিশা ১ বজাত দেহাৱসান হয় ডাঃ সুগন চন্দ্ৰ জৈনৰ।

১৯৯১ চনত AMCৰ অধ্যক্ষ হিচাবে অৱসৰ লোৱা জ্যেষ্ঠ চিকিৎসকগৰাকী দীর্ঘদিন ধৰি আসুস্থ হৈ আছিল।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.