অসমচিকিৎসা

কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদেৰে উত্তাল GMCH…

ক্ষোভিত কনিষ্ঠ চিকিৎসকসকলে দোষী আৰক্ষীক কঠোৰ শাস্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। 

দেশজুৰি প্ৰতিবাদত বহিল কনিষ্ঠ চিকিৎসক। দিল্লীত (বিক্ষোভ) চিকিৎসকৰ ওপৰত আৰক্ষীয়ে কৰা নিৰ্যাতনৰ বিৰুদ্ধে বুধবাৰে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কনিষ্ঠ চিকিৎসকসকলে। অসমতো প্ৰতিবাদ সাব্যস্ত কৰিছে GMCHৰ কনিষ্ঠ চিকিৎসক সন্থাই।

উল্লেখ্য যে, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ সৰ্বভাৰতীয় পৰীক্ষা নীট পিজিৰ কাউঞ্চেলিং অনুষ্ঠিত কৰা নাই কেন্দ্ৰীয় চৰকাৰে।শীঘ্রেই PG কাউঞ্চেলিং অনুষ্ঠিত কৰাৰ দাবীৰে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছিল কনিষ্ঠ চিকিৎসকলে। প্ৰতিবাদী চিকিৎসকৰ ওপৰত আৰক্ষীয়ে কৰিছিল লাঠিচালনা। যাৰবাবে আজি ক্ষোভিত কনিষ্ঠ চিকিৎসকসকলে দোষী আৰক্ষীক কঠোৰ শাস্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.