Covid-19

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অ’মিক্ৰণৰ আতংক!

RMRC পৰীক্ষাগাৰত পজিটিভ ধৰা পৰে ছাত্ৰজনৰ

⚫ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অ’মিক্ৰণৰ আতংক!

⚫বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অ’মিক্ৰণৰ সন্দেহ

⚫এসপ্তাহ পূৰ্বে আফ্ৰিকাৰ পৰা আহিছিল ছাত্ৰজন

⚫RMRC পৰীক্ষাগাৰত পজিটিভ ধৰা পৰে ছাত্ৰজনৰ

⚫বৰ্তমান জকাই ক’ভিড হাস্পতালত আইশ্বলেছনত ৰখা হৈছে ছাত্ৰজনক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + fifteen =

Back to top button