অসমচিকিৎসাদৈনিক বাতৰি

ৰহাবাসীৰ বাবে সুখবৰ!চকুৰ অসুখত আক্ৰান্ত ৰোগী সকলে বিনামূলীয়াকৈ কৰিব পাৰিব উন্নত মানৰ চকুৰ চিকিৎসা

চকুৰ অসুখত আক্ৰান্ত ৰোগী সকলে বিনামূলীয়াকৈ কৰিব পাৰিব উন্নত মানৰ চকুৰ চিকিৎসা

ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰহাবাসীৰ বাবে সুখবৰ। এতিয়াৰ পৰা চকুৰ অসুখত আক্ৰান্ত ৰোগী সকলে বিনামূলীয়াকৈ ৰহাতে উন্নত মানৰ চকু চিকিৎসা কৰিব পাৰিব।দেওবাৰে মুকলি কৰা হয় লাইনচ চকু চিকিৎসালয়ৰ ভিজন চেন্টাৰৰ এটি নতুন শাখা। ৰহাৰ নতুন চাৰিআলিস্থিত জ্যোতি ৰূপা অপ্টিকেলত স্থাপন কৰা হৈছে এই ভিজন চেন্টাৰটো। সম্পূৰ্ণ বিনামূলীয়া ভাবে চকুৰ পৰীক্ষা কৰাৰ লগতে গুৱাহাটীত বিনামূলীয়া চকুৰ অস্ত্ৰোপ্ৰচাৰৰ সুবিধা লাভ কৰিব বুলি চকু চিকিৎসা লয়খনৰ কতৃপক্ষ‌ই জানিবলৈ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.