Assamleatest updateSocial

ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি JE, ডেংগুৰ প্ৰাৰ্দুভাৱ; JE, ডেংগু হ’লে আপোনাৰ কি কি লক্ষণে দেখা দিব পাৰে?

সজাগ, সাৱধানতা অৱলম্বন নকৰিলে বিপদত পৰিব আপুনি

ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি JE, ডেংগুৰ প্ৰাৰ্দুভাৱ
বানপানীত ক্ষতিগ্ৰস্ত এলেকাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি
বাঢ়িয়েই আছে মৃতকৰ সংখ্যা
এইপৰ্যন্ত মৃতকৰ সংখ্যা ৫৭জনৰো অধিক
আক্ৰান্তৰ সংখ্যা ৩ হাজাৰৰো অধিক
আক্ৰান্ত বহুজন এতিয়াও চিকিৎসাধীন
প্ৰচণ্ড জ্বৰ, মূৰৰ বিষ হ’লেই কাষ চাপক চিকিৎসকৰ
সজাগ, সাৱধানতা অৱলম্বন নকৰিলে বিপদত পৰিব আপুনি
স্বাস্থ্য বিভাগৰ ভূমিকাক লৈও ৰাজ্যবাসীৰ মাজত প্ৰতিক্ৰিয়া
JE, ডেংগু প্ৰতিৰোধৰ বাবে সজাগতা বৃদ্ধিৰ পোষকতা
বাতৰি সম্প্ৰচাৰৰ পিছতেই জিলাই জিলাই প্ৰশাসনৰ তৎপৰতা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.