অসমদৈনিক বাতৰি

সামৰনি পৰিল সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন

সামৰনি পৰিল সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন

সামৰনি পৰিল সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন।  বাৰেৰহনীয়া জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনেৰে সামৰনি পৰিল কেন্দ্ৰীয় অধিবেশনখন।  তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল অধিৱেশন।  অন্তিম দিনাৰ কাৰ্যসূচীত ১৫০০ নাচনীয়ে একেলগে পৰিৱেশন কৰে সোনোৱাল কছাৰী পৰম্পৰাগত লেছেৰী নাচ।  ১৫০০ নাচনীৰ লেছেৰী নাচে একপ্ৰকাৰ চমক সৃষ্টি কৰিলে এই অধিবেশনত । দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও। আনহাতে, অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.