AssambihuRegionalSocialSocial Networkঅসমআঞ্চলিকমনোৰঞ্জনশিল্পী

পুনৰ বিতৰ্কত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ

সত্ৰাধিকাৰক চৰম অপমান কণ্ঠশিল্পীগৰাকীৰ

পুনৰ বিতৰ্কত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ । সত্ৰাধিকাৰক চৰম অপমান কণ্ঠশিল্পীগৰাকীৰ ।  সত্ৰাধিকাৰসকল প্ৰভু ঈশ্বৰ নহয় বুলি মন্তব্য জুবিনৰ । মই কাকো খাতিৰ নকৰো বুলি সত্ৰাধিকাৰৰ সন্মুখতে দম্ভালি । কৃষ্ণ কেতিয়াও ভগৱান নাছিল, কৃষ্ণ MANহে আছিলঃ জুবিন । মাজুলী গড়মূৰ পূবেৰুণ কলা পৰিষদৰ ৰঙালী বিহু অনুষ্ঠানত এই মন্তব্য জুবিনৰ। অনুষ্ঠানতেই জুবিন গাৰ্গক প্ৰদান কৰা হৈছিল সপ্তসিন্ধু বঁটা। বঁটা প্ৰদান কৰিছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে। জুবিন গাৰ্গৰ এই মন্তব্যই এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.