AssamCity newsleatest updatenorth eastSocialSocial Networkঅসমআঞ্চলিকদৈনিক বাতৰিপৰিৱেশবতৰ

ধাৰাসাৰ বৰষুণৰ লগতে আহিব পাৰে ধুমুহা!

ক'ত ক'ত জাৰি কৰিছে Yellow Alert

উৎকট গৰমে দহিছে ৰাজ্য। ইয়াৰ মাজতে অসমৰ ৩০খন জিলাতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert

ক’ত ক’ত  Yellow Alert জাৰি কৰিছে বিভাগে…

দক্ষিণ শালমৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, বাক্সা, কামৰূপ, কামৰূপ(মহানগৰ) জিলাত Yellow Alert জাৰি । মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। যোৰহাট, মাজুলী, গোলাঘাট, কাৰ্বি আংলং, হোজাই,পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । Yellow Alert জাৰি কৰা জিলাসমূহত হ’ব ধাৰাসাৰ বৰষুণৰ লগতে আহিব পাৰে ধুমুহা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.