অসমআঞ্চলিক

”আমি চৰকাৰক ভয় কৰা নাই আৰু নকৰো! অসমৰ অলিয়ে গলিয়ে হ’ব কাৰ বিৰুদ্ধে প্ৰতিবাদ” ধ্বনিৰে উত্তপ্ত প্ৰতিবাদস্থলী

পুনৰ কা আন্দোলন৷ নেছৰ নেতৃত্বত ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা আন্দোলন! আৰক্ষীয়ে শ্বহীদ ভৱনত আবদ্ধ কৰি ৰাখিছে আছুৰ নেতৃত্ব

পুনৰ কা আন্দোলন৷ নেছৰ নেতৃত্বত ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা আন্দোলন! আৰক্ষীয়ে শ্বহীদ ভৱনত আবদ্ধ কৰি ৰাখিছে আছুৰ নেতৃত্ব৷

আন্দোলনত আছু সাধাৰণ সম্পাদক সমুজ্জল ভট্টাচাৰ্যৰ মন্তব্য-

‘‘কা আন্দোলনলৈ ভয় কৰা প্ৰথমজন মানুহ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা’’ গণতান্ত্ৰিক আন্দোলনক সন্মান কৰি বেৰিকেট ভঙা নাই, কা বাতিল হ’বই লাগিব৷ আমি চৰকাৰক ভয় কৰা নাই আৰু নকৰো৷ অসমৰ অলিয়ে গলিয়ে যতেই মন যায় তাতেই কাৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব৷ আমি গনতান্ৰিক আন্দোলনক সন্মান কৰো আৰু আমাক চৰকাৰে পৰোচনা কৰিবলৈ চেষ্টা নকৰিব”৷

”আজি বিধানসভাৰ বিশেষ অধিৱেশন কিন্ত সদস্য সকলৰ ৰাইজৰ প্ৰতি সন্মান নাই , ৰাইজৰ কন্ঠক কেনেকৈ তল কৰিব পাৰি তাৰেই চিন্তা কৰে – আন্দোলন আৰম্ভ হৈছে আৰু চলি থাকিব আমাৰ দাবী মানি নোলোৱা লৈকে। দমন নিটীকিব, সংগ্ৰাম শান্তিপূৰ্ণ ৰুপে চলিব৷ ছাএ-ছাএীসকলে পঢ়ক আৰু আন্দোলনো কৰিব’’।

‘আজি বিধানসভাৰ বিশেষ অধিৱেশন কিন্ত সদস্য সকলৰ ৰাইজৰ প্ৰতি সন্মান নাই , ৰাইজৰ কন্ঠক কেনেকৈ তল কৰিব পাৰি তাৰেই চিন্তা কৰে’৷ ‘আন্দোলন আৰম্ভ হৈছে আৰু চলি থাকিব আমাৰ দাবী মানি নোলোৱা লৈকে’- সমুজ্জল ভট্টাচাৰ্য

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + twenty =

Check Also
Close
Back to top button