AssamCMO AssamGovernment SchemeHimanta Biswa SarmaInternationalnorth eastSocialSocial Networkঅৰ্থনৈতিকঅসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটী

মাজুলীত মুখ্যমন্ত্ৰী

চাইকেল ৰেলীৰে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

মুখ্যমন্ত্ৰীৰ আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ । এই প্ৰচাৰ কাৰ্য্যসূচীত অংশ বহুলোকৰ । মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ ওলাই আহিল বহুলোক । আজি মাজুলীৰ পৰা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । পুৱা ১০ বজাত এক বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈকে প্ৰায় ১৫ কিলোমিটাৰ পথত চাইকেল চলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব প্ৰায় ৭ হাজাৰ চাইকেল চালকে । যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ । চাইকেল ৰেলীৰ অন্তত মহৰিচুকত দুপৰীয়া এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ । মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সাক্ষাৎ কৰিবলে পুৱাৰে পৰা গেটৰ সন্মূখত অপেক্ষা বহু লোকৰ । মূখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায় ১৫ কিলোমিটাৰ চাইকেল ৰেলী কৰে ।আজিৰে পৰা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান । ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ চলিব মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান । ১৫ দিনত ৩৪ খন জনসভাত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে।মাজুলীৰ পৰাই লোকসভা নিৰ্বাচনৰ ৰণশিঙা CMৰ।আজি গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰীচুকলৈ চাইকেল ৰেলী। মুখ্যমন্ত্ৰীক সংগ কেইবাগৰাকী মন্ত্ৰী-বিধায়কৰ।ৰেলীত অংশগ্ৰহণ ৮ হাজাৰৰো অধিক কাৰ্যকৰ্তাৰ। মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযানকলৈ ব্যাপক উৎসাহ সমৰ্থকৰ।দেওবাৰে বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।নিশাটো মাজুলীতে কটায় মুখ্যমন্ত্ৰীয়ে।যোৰহাট-মাজুলী সংযোগী দলং পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ,লগতে পৰিদৰ্শন নিৰ্মীয়মান চেলেক-ধুনাগুৰি দলং, দুয়োখন দলং মুকলি হ’ব ২০২৬ৰ এপ্ৰিলত, লগতে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Check Also
Close
Back to top button